লেখকৰ বাবে নিৰ্দেশনা (Author Guidelines)

উদ্ভাসলৈ স্বাগতম
উদ্ভাস এখন ISSN-যুক্ত, সমীক্ষিত (Peer-reviewed), দ্বিভাষিক আন্তঃবিষয়ক অনলাইন অৰ্ধ-বাৰ্ষিক গৱেষণা জাৰ্নেল। কলা, মানৱবিদ্যা আৰু সমাজবিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰৰ মৌলিক গৱেষণামূলক লেখা প্ৰকাশ কৰাই জাৰ্নেলখনৰ মূল লক্ষ্য।
 
লেখা দাখিলৰ নীতি
১. দাখিল কৰা লেখা সম্পূৰ্ণ মৌলিক হ'ব লাগিব।
২. পূৰ্বে অন্য কোনো জাৰ্নেল, আলোচনী বা অনলাইন মাধ্যমত প্ৰকাশিত লেখা গ্ৰহণ কৰা নহয়।
৩. একে লেখা একেলগে একাধিক জাৰ্নেললৈ প্ৰেৰণ কৰা অনুচিত।
 
লেখাৰ বিন্যাস
শব্দসংখ্যা: 3000–8000
Abstract: 150–250 শব্দ
Keywords: 5–8টা
Unicode Assamese বা English Font ব্যৱহাৰ কৰিব লাগিব।
সকলো উদ্ধৃতি আৰু তথ্যসূত্ৰ যথাযথভাৱে উল্লেখ কৰিব লাগিব।
 
উদ্ধৃতি পদ্ধতি
জাৰ্নেলত MLA (Latest Edition) উদ্ধৃতি পদ্ধতি অনুসৰণ কৰাটো বাঞ্ছনীয়। বিশেষ ক্ষেত্ৰত APA বা Chicago Style-ও গ্ৰহণযোগ্য।
 
লেখকৰ তথ্য
লেখাৰ সৈতে তলৰ তথ্যসমূহ প্ৰেৰণ কৰিব লাগিব—
  • পূৰ্ণ নাম
  • প্ৰতিষ্ঠান
  • পদবী (যদি প্ৰযোজ্য)
  • ই-মেইল ঠিকনা
  • ORCID ID (যদি থাকে)
 
ঘোষণা
লেখা দাখিল কৰাৰ জৰিয়তে লেখকে ঘোষণা কৰে যে—
লেখাটো মৌলিক;
অন্য কোনো জাৰ্নেলত বিবেচনাধীন নহয়;
সকলো উদ্ধৃতি আৰু তথ্যসূত্ৰ যথাযথভাৱে উল্লেখ কৰা হৈছে।


Submission Guidelines:

       Manuscripts must be written either in Assamese or in English.
       All submissions must be original, unpublished, and not under consideration elsewhere.
       Authors are required to submit a Similarity Report and an AI-Detection Report along with the manuscript.
       Cases of plagiarism, duplicate submission, or unethical practices will invite editorial action.
       The main text and abstract should be submitted in MS Word (.doc/.docx).
       Tables and figures may be submitted in MS Word or MS Excel formats.
       PDF submissions will not be accepted.
       All files should be attached to a single submission email.
       Font: Times New Roman, Size: 12 Spacing: 1.5, fully justified. Maximum length: 4,000 words (including references). For Assamese: Banikanta/ Kalpurush font, size: 12 with 1.5 spacing. 
       Contributors may follow any one of the following referencing styles: APA 7th Edition.and MLA 9th Edition
       References must be accurate, complete, and consistent.
       All manuscripts undergo blind peer review.
       Authors will be informed about acceptance, revision, or rejection within 3–4 weeks.

 
How to Submit
Send all files as attachments to: rinjuhazarika01@gmail.com or gongutree.gogoi@gmail.com

Comments

Popular posts from this blog

অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতাত দেশপ্ৰেম তথা জাতীয়তাবোধ

ভূপেন হাজৰিকাৰ গীতত অৰ্থনৈতিক দ্বৈততা (Economic Dualism) আৰু সামাজিক অসমতাৰ প্ৰকাশ

অন্তৰ্দৃষ্টিমূলক মনোবিজ্ঞান তত্ত্বৰ দৃষ্টিভংগীৰে মধ্যযুগীয় অসমৰ সচিত্ৰ পুথি পৰম্পৰা